Spread the love

এই প্ৰশ্নৰ উত্তৰ এতিয়া আমাৰ হাতত। বহুদিনীয়া বিচাৰ-খোচাৰৰ পিছত মণিপুৰৰ ৰাজবংশীয় পৰিয়ালৰ লুকানন্দক আমি “নীতিপাল” ৰ ৰূপত দেখিবলৈ পাম আহিবলগীয়া “বীৰাঙ্গনা সাধনী” ছবিখনত।

লুকানন্দ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন প্ৰতিযোগিতাত শীৰ্ষস্থান দখলকাৰী, ১৪ বছৰীয়া বৰ্ণাঢ্য সাংস্কৃতিক পৰিক্ৰমাৰ পৰিপূৰ্ণ এগৰাকী অভিনেতা, পৰিচালক তথা মডেল। তেখেতে নিজ কেৰিয়াৰত বহু সন্মান আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

নীতিপালৰ চৰিত্ৰ ৰূপায়ণৰ বাবে যিগৰাকী দক্ষ ব্যক্তিৰ সন্ধানত ছবিখনৰ নিৰ্মাতা গোষ্ঠী নামিছিল, অৱশেষত সেই সন্ধানৰ শাম কাটি “নীতিপাল” ৰ সৈতে আহিব লুকানন্দ…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *