Spread the love

এগৰাকী “বিগ বছ” ত, আনগৰাকী “MTv Hustle” ত-

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দুই ভিন্ন শ্ব’ত জিলিকিছে অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুই প্ৰতিভা। এগৰাকীয়ে দৰ্শকৰ হৃদয় জয় কৰিছে “বিগ বছ” ত আৰু আনগৰাকী জিলিকিছে “MTv Hustle” ত।

মঙ্গলদৈৰ কন্যা ফিৰোজা খানে শেহতীয়াকৈ “বিগ বছ” ত প্ৰতিযোগীসকলৰ সৈতে সমানে প্ৰতিটো ক্ষেত্ৰত প্ৰতিদ্বন্দিতা আগবঢ়াই অসমৰ সাজ-পোছাক তথা খাদ্য-সম্ভাৰৰ বহুল প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁৰ ৰেপবোৰেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ আকৌ আন এগৰাকী যুৱপ্ৰতিভাই নিজৰ ৰেপৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খলকনি তুলিছে। Shady Mellow Aao নামৰ প্ৰতিভাগৰাকীয়ে “MTv Hustle” ত অংশগ্ৰহণ কৰি আনকি বিচাৰক মণ্ডলীৰো সঁহাৰি লাভ কৰে।

দুয়োগৰাকীৰ দুয়োটা ভিডিঅ’ আপোনালোকলৈ আগবঢ়াইছোঁ…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *