New Assamese Comedy Film ‘Local Utpaat’ enthralls Assam and hits at the box office. The film was released statewide on 13th May in near about 50 theatres, receiving enormous response from audiences. On a delightful note, the film managed to do a business of 55+ lakhs in its initial 10 days of screening.
ছবিগৃহত সফলতাৰে নতুন অসমীয়া চলচিত্ৰ “লোকেল উৎপাত” | যোৱা ১৩ মে’ত অসমৰ মুঠ ৫০ টা ছবিগৃহত মুক্তি লাভ কৰা ছবিখনে মুক্তিৰ লগে লগেই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় | উল্লেখ্য যে এতিয়ালৈকে ১০ দিনত ছবিখনে মুঠ ৫৫ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় |