Spread the love

অভিলেখ গঢ়ি অসমবাসীক গৌৰৱান্বিত কৰিলে “ডক্তৰ বেজবৰুৱা ২” ছবিখনে। দুদিনতেই বক্স অফিচত উপাৰ্জন কৰিলে ১ কোটি ১.৩ লাখ টকা ।প্ৰথমদিনাৰ তুলনাত দ্বিতীয় দিনাখনৰ ব্যৱসায় অধিক হৈছে ছবিখনৰ। দ্বিতীয় দিনৰ ব্যৱসায় ৬০.১ লাখ টকা। ছবিখনৰ সৈতে জড়িত আটাইকে আন্তৰিক শুভেচ্ছা…

Dr. Sanjive NarainZubeen GargAdil Hussain


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *