Spread the love

“বীৰাঙ্গনা সাধনী” ৰ শ্বুটিঙৰ মাজতেই ঘটিল অঘটন-

“বীৰাঙ্গনা সাধনী” ৰ শ্বুটিং চলি থকাৰ মাজতেই ঘটিল অঘটন। গ্ৰামাঞ্চলৰ বিভিন্ন ঠাইত ছবিখনৰ দ্বিতীয় পৰ্যায়ৰ শ্বুটিং চলি থকাৰ মাজতেই “নীতিপাল” ৰ চৰিত্ৰ ৰূপায়িত লুকানন্দ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

তেখেত বৰ্তমান চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, অভিনেতা লুকানন্দ আঘাতপ্ৰাপ্ত হোৱাৰ পিছতেই “বীৰাংগনা সাধনী” ৰ শ্বুটিঙত কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *