Spread the love

অসমীয়া লোকসংগীত আৰু বিহুগীতৰ মুকুটবিহীন সম্ৰাট, গণশিল্পী খগেন মহন্ত দেৱক জন্মবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।

‘পাৰৰ পাখিত গাঁঠি দিলো’ ৰ পৰা আৰম্ভ কৰি ‘কাউৰী পৰে’, ‘পাহাৰে পাহাৰে’, ‘ৰাংঢালী ছোৱালী’, ‘মা আমি শদিয়ালৈ যামে…’, ‘জোনটি ওলালে’ আদি তেখেতৰ গীতসমূহে আজিও প্ৰতিগৰাকীৰ অসমীয়াৰ হৃদয়ত এক সুকীয়া স্থান দখন কৰি আছে। অসমীয়া সংগীত ক্ষেত্ৰখনত এক বৃহৎ অৱদান আগবঢ়াই থৈ যোৱা খগেন মহন্ত দেৱৰ সৃষ্টিৰাজিয়ে বৰ্তমানেও তেখেতৰ উপস্থিতিৰ উমান দিয়ে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *