Spread the love

সধয়াপুৰৰ স্বৰ্ণীল সিংহাসনৰ পৰা বঞ্চিত হৈ চুতীয়া ৰাজ্যৰ ভেটি কঁপাই তুলিছিল মহাৰাজ ধীৰনাৰায়ণৰ ভ্ৰাতৃ যুৱৰাজ সুৰধ্বজ পালে। নিয়তিৰ পৰিহাসত ইতিহাসৰ পাতত অনাদৃত হৈ ৰোৱা উত্থান পতনৰ নায়ক সুৰধ্বজ পালৰ এক জটিল চৰিত্ৰত দেখা যাব অসমৰ নাট্যজগত আৰু ৰূপালী পৰ্দাত খলকনি তোলা অভিনেতা মৃদুল চুতীয়াক।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *