Spread the love


নিজৰ প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰাৰ উৎসাহ দেখুৱাই চিলেষ্টীয়ে নিজক আখ্যা দিলে সৌভাগ্যৱান বুলি। আহিবলগীয়া ছবি “চিকাৰ” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰীগৰাকীক। কম সময়ৰ বাবে হ’লেও এয়া যেন চিলেষ্টীৰ সপোন… সৰু সৰু সপোনক সাৰ্থক কৰি অভিজ্ঞতাৰ বৰঘৰ সাজিবলৈ প্ৰয়াস কৰা চিলেষ্টীলৈ শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *