কিছুদিন পূৰ্বে আমি “বীৰাঙ্গনা সাধনী” ৰ সংগীতৰ কাম যে মুম্বাইত চলি থকা বুলি উল্লেখ কৰিছিলোঁ। সেই সংগীতৰ শিঁপাডাল আচলতে বুটলি লোৱা হৈছে আমাৰ সংস্কৃতিৰ পৰা। “বীৰাঙ্গনা সাধনী” য়ে যেনেদৰে আমাক ইতিহাসক সুঁৱৰিবলৈ অৱকাশ দিব, ঠিক তেনেদৰে ছবিখনৰ গীতসমূহেও আমাক আমাৰ থলুৱা কৃষ্টি-সংস্কৃতিৰ সৈতে চিনাকী কৰোৱাব।
এয়া এক উদাহৰণ-