“শিয়াল” চিনাকী আছেনে? কিন্তু আমি জন্তুটোৰ কথা কোৱা নাই!
আহিবলগীয়া এটা সাংঘাতিক গীতৰ চৰ্চা চলিছে সামাজিক মাধ্যমত। গীতটোৰ আচলতে নামটোৱে ব্যতিক্ৰম, এটা হোৱাগীত হৈছে এই “শিয়াল”। “শিয়াল” নামৰ এই […]
Online Destination for Assamese Film & Music
আহিবলগীয়া এটা সাংঘাতিক গীতৰ চৰ্চা চলিছে সামাজিক মাধ্যমত। গীতটোৰ আচলতে নামটোৱে ব্যতিক্ৰম, এটা হোৱাগীত হৈছে এই “শিয়াল”। “শিয়াল” নামৰ এই […]
এইবাৰ পাপন নহয়, শুনক সান্নিধ্য ভূঞাৰ কণ্ঠৰে- পল প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এটা গীতৰ নাম আছিল “কেনে আছা তুমি”। ৰাহুল […]
কাইলৈ সন্ধিয়া মুক্তিৰ বাবে সাজু এটি নতুন প্ৰেমৰ গীত “কিনো দিলা, কিনো নিলা”- কাইলৈ সন্ধিয়া বৰণ বিকাশ আৰু বৰ্ণালী মহন্তৰ […]
ভেকুলীক লৈ বিহু মাৰিলে কণ্ঠশিল্পী নীলোৎপল বৰাই- মাজত মাথো কেইটামান দিনৰ অপেক্ষা ৰঙালীৰ বাবে। আমাৰ আপোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিত […]
কেনে আছা তুমি? অংগৰাগৰ ৰোমাণ্টিক গীত- অংগৰাগ পাপন মহন্তৰ ৰোমাণ্টিক গীত বুলি ক’লে আৰু শ্ৰোতাগণক আন মধুৰ অনুভৱৰ জানো প্ৰয়োজন […]
শুনিলেনে তৰালি শৰ্মাৰ নতুন গীত “উপমাৰ সিপাৰে”? “উপমাৰ সিপাৰেউশাহৰ উমেৰেজিৰণীয়া ভালপোৱা মোৰপাৰে পাৰে পাৰাপাৰতুমি মই একাকাৰবেলিমুৱা ভালপোৱা মোৰআধামেলা খিৰিকীতসৰি পৰা […]
ভালপোৱাৰ সুকীয়া অনুভৱৰ সৈতে “ভাল লগা অনুভৱ এটি”- প্ৰেমত অপাৰ শক্তি আছে, যি শক্তিয়ে আপোনাক-মোক, আমাক বহু কাম কৰিবলৈ সামৰ্থৱান […]
যদিও পূৰাব নোৱাৰি তেওঁৰ ঠাই, তথাপিও কন্যা কমলিকাৰ চেষ্টা… ভিতালী দাস অবিহনে বিহুটিক আধৰুৱা নকৰিবলৈ- পষ্টাৰখন এইবাৰ অকণমান ব্যতিক্ৰম। আমি […]
কিছুমান কণ্ঠশিল্পীৰ কণ্ঠ আমাৰ বুকুত ৰৈ যায়। আমি এনেবোৰ কণ্ঠশিল্পীৰ এটা গান শুনি যেতিয়া ভাল পাওঁ তেতিয়া তেওঁৰ আহিবলগীয়া প্ৰতিটো […]
মায়ানগৰীত প্ৰতীক্ষা শৰ্মাৰ জনপ্ৰিয়তা, শ্বানৰ সৈতে যুগলবন্দী অসম কন্যাৰ- আমাৰ অসমৰ নৱপ্ৰজন্ম যেতিয়া মায়ানগৰীত গৈ প্ৰতিষ্ঠা লাভ কৰে তেতিয়া অসমৰ […]