এফালে সুবাসনা দত্ত আৰু নীলোৎপল বৰাৰ যুগলবন্দী, আনফালে দীপলিনা ডেকাৰ নতুন গীত!

সুবাসনা দত্ত আৰু নীলোৎপল বৰা… সংগীত ক্ষেত্ৰখনৰ দুই চিনাকী তথা জনপ্ৰিয় নাম। কিছুমান যুগলবন্দীৰ বিষয়ে শুনিলেই সংগীত ভালপোৱা প্ৰত্যেকজন ব্যক্তিয়েই […]

দীক্ষু শৰ্মাৰ নতুন গীতত ৰাজস্থানী ৰহণ

বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই অসমৰ অসমীয়াৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত […]

এক সাংগীতিক যুটি মহামিলন, “ৰাঘৱ” ৰ নতুন গীত আৰু ৰাইজৰ পুৰণি স্মৃতি

জুবিন আৰু মহালক্ষ্মী আয়াৰ- সাংগীতিক যুটিটোক মনত আছেনে? দুয়োয়ে কণ্ঠদান কৰা “মতলীয়া বতাহে” শীৰ্ষক “নায়ক” ৰ জনপ্ৰিয় গীতটোৱে খলকনি তুলিছিল […]

নীল আকাশৰ নতুন গীত, ৰুষৰ জেউতি চৰোৱা ঢোলক লৈ এক সুন্দৰ প্ৰয়াস

ঢোলৰ ছেৱে ছেৱে কঢ়িয়াই আনে ছন্দ, অবিশ্ৰান্ত সিঁচি যায় কৃষ্টিৰ কঠিয়া ৷ ঢোলৰ চাপৰেৰে হয় জাৰি বিপ্লৱৰ নতুন চমন৷ ঢোলে […]

দীপলিনাৰ ধিমিক-ধামাক, নতুন ৰূপেৰে, প্ৰেমৰ নতুন আকুলতাৰে

এগৰাকী কণ্ঠশিল্পীৰ যিকোনো প্ৰকল্পৰ বাবে অনুৰাগী ৰৈ থাকে। কণ্ঠশিল্পী গৰাকীয়েও নিজৰ অনুৰাগীক আকৰ্ষণ কৰি ৰাখিবৰ বাবে পাৰ্যমানে চেষ্টা কৰে। আমি […]

সংগ্ৰামী সত্তা তথা সাহসী লেখক পৰাগ কুমাৰ দাসক সুঁৱৰি মুক্তিপ্ৰাপ্ত নতুন গীত “আগানৰ গান”

অসমৰ এগৰাকী স্পষ্টবাদী সাংবাদিক, সংগ্ৰামী সত্তা তথা সাহসী লেখক আছিল পৰাগ কুমাৰ দাস। ৰাজ্যৰ পিছপৰা জাতি-জনজাতি, সৰ্বসাধাৰণ জনতা, কৃষক, শ্ৰমিকৰ […]

প্ৰবীণ বৰাৰ প্ৰেমৰ উপহাৰ, অনুৰাগীক দিলে আৱেগৰ সোৱাদ

“প্ৰেম”- নামটো শুনিলেই এক আলোড়ণৰ সৃষ্টি হয় হৃদয়ত। এই শব্দটোৰ বহুজনে বিভিন্ন ধৰণে সংজ্ঞা দিয়া স্বত্বেও প্ৰেম কি? বুলি প্ৰশ্ন […]

তৰালী শৰ্মাৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিত শ্ৰোতাই বিচাৰিছে এমোকোৰা সুখ

“তুমি বুজা কি নুবুজাতুমি লিখা কি নিলিখামৰমে গৰকা কবিতা।ডেউকা মেলি দিলোঁমনৰ ডেউকামেলি দিলোঁ…” কণ্ঠশিল্পী তৰালী শৰ্মাৰ নতুন গীতটোৰ মুক্তিৰ পিছতেই […]

তৰালী শৰ্মাৰ নতুন গীত “ডেউকা মেলি দিলোঁ”… অপেক্ষাৰ শাম কাটি আহি আছে শীঘ্ৰে

তেওঁৰ কণ্ঠত সৰস্বতী আছে। আনহাতে, তেওঁৰ ব্যৱহাৰে আমাক বৰ আমোদ দিয়ে। – তৰালী শৰ্মাক লৈ দিয়া এই কমেণ্টবোৰ আমাৰ চিনাকী। […]

যাযাবৰক লৈ আচুৰ্য্য বৰপাত্ৰৰ “বহেমীয়া”

যাযাবৰ সকল কেনেদৰে, ক’ত, কোন সময়ত গুচি যায় তাক আমি সহজে ধৰিবই নোৱাৰো। হাজাৰ সংঘাতময় বাট হওক, প্ৰত্যাহ্বানে বাট আগুৰি […]