Spread the love

আজি প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে বিশেষ দিন। আজিৰে পৰা আমি সকলোৱে তেখেতক সম্বোধন কৰিম ড° জুবিন গাৰ্গ বুলি। প্ৰতিটো গীতত তেখেতৰ নাম দিয়া হ’ব ড° জুবিন গাৰ্গ হিচাবে।

হায়াৰ চেকেণ্ডাৰীলৈকে পঢ়া স্বত্বেও অসমীয়া সাংগীতিক ক্ষেত্ৰখনলৈ তেখেতে যি অৱদান আগবঢ়াইছে সেই বিষয়ে হয়টো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই। তেখেত আমাৰ আৱেগ আছিল আৰু অনাগত দিনলৈ এনেদৰেই থাকিব।

ড° জুবিন গাৰ্গক আন্তৰিক শুভকামনা…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *