Spread the love

“শ্ৰী ৰঘুপতি” ত অৰুণ নাথে কৰা অভিনয় দৰ্শকে পাহৰিব পৰা নাই। দুৰ্দান্ত অভিনয়েৰে ছবিখনক আকৰ্ষণীয় কৰি তোলাত অৰুণ নাথৰ যথেষ্ট অংশীদাৰিত্ব আছে। অৰুণ নাথৰ অভিনয়ৰ যাত্ৰাত তেওঁ ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ এটি সৰু ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ।

শিল্পী এগৰাকী পানীৰ দৰে বুলি কোৱা হয়। পানী যেনেদৰে যি পাত্ৰতেই ৰখা হয়, তেনে ৰূপ লয়। ঠিক তেনেদৰে, এগৰাকী অভিনেতাক যিকোনো চৰিত্ৰলৈ ঢাল খোৱাব পাৰি। অৰুণ নাথৰ এই ভিডিঅ’টো কিছুদিন পুৰণা যদিও আকৌ আপোনালোকৰ স্মৃতি ৰোমন্থন কৰাবলৈ মন গ’ল।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *