Spread the love

নৱপ্ৰজন্মৰ এটা দলৰ খুহুতীয়া কাহিনীৰে “ফাইণ্ডিং মাইনি”-

ফাইণ্ডিং মাইনি… নামটো শুনি আপুনিও নিশ্চয় ক’ৰবাত এবাৰলৈ হ’লেও চিন্তা কৰিছে নহয়নে? হয়, এখন ছবিৰ নাম এইটো। আহিবলগীয়া এখন কমেডি ছবি। চলিত বৰ্ষত মুক্তি পাবলগীয়া বিভিন্নখন প্ৰত্যাশিত ছবিৰ মাজত “ফাইণ্ডিং মাইনি” হৈছে অন্যতম। তিনিগৰাকী বন্ধুৰ আলৈ-আথানি, শোক, দুখ, হাঁহি আৰু কান্দোনৰ সংমিশ্ৰিত অনুভূতিত কমেডিৰ মছলা সানি নিৰ্মিত এই ছবিখনৰ শেহতীয়াকৈ ফাৰ্ষ্ট লুক পষ্টাৰ আৰু টিজাৰটো মুকলি কৰি দিয়া হয়।

এই ছবিখনৰ বিষয়ে বৰ্তমানলৈকে যিসকল চলচিত্ৰ প্ৰেমী দৰ্শক জ্ঞাত হৈছে সকলোৱে ইয়াম লৈ আশা প্ৰকাশ কৰিছে। এদল নৱপ্ৰজন্মই দৰ্শকক এটা সুন্দৰ কাহিনীৰ মাজেৰে হাঁহিৰ অৱসাদ দিয়াৰ খাতিৰত এই ছবিখন প্ৰস্তুত কৰাৰ বিষয়ে জানিবলৈ দিয়ে। ছবিখনৰ পৰিচালনা বিজন বিকাশ ব্ৰহ্মৰ। তলত ছবিখনৰ সমূহ কলা-কুশলীৰ বিষয়ে দিয়া হৈছে-

✳ অভিনয় – অতনু মহন্ত, দিপাংকৰ কলিতা, বনি দেউৰী, দৰথী ভৰদ্বাজ, নন্দিনী দাস, শশাংক দাস, সাগৰিকা গোস্বামী, সুৰুজ কুমাৰ কলিতা, কিশলয় এম বি বৰুৱা, ঋষৱ শৰ্মা, জ্যোতি বৰা, ভাস্কৰ কলিতা আৰু জুবিন ফুকন ।

✳ প্ৰযোজক- কুশল কুমাৰ ব্ৰহ্ম

✳ সহঃপ্ৰযোজক – বিজন বি ব্ৰহ্ম, দিপাংকৰ কলিতা, পাপলু চৌধুৰী

✳ দৃশ্যগ্ৰহণ- সুৰজ শেখৰ শৰ্মা

✳ চিত্ৰনাট্য/গল্প- কিশলয় এম বি বৰুৱা

✳ ৰূপসজ্জা- পলি গগৈ, ৰিম্পি বৰগোহাঁই

✳ স্থান শব্দ- উদ্দীপ্ত ডেকা, চুমন কাশ্যপ, পাপলু চৌধুৰী

✳ শব্দৰ ডিজাইন/ফ’লি- পাপলু চৌধুৰী

✳ সংগীত- হাৰ্জিত ডিয়াজ

✳ শব্দ মিশ্ৰণ Engg.- দেৱজিৎ গায়ন

✳ সহকাৰী পৰিচালনা- কিশলয় এম বি বৰুৱা, অলকেশ পাঠক

✳প্ৰডাকচন মেনেজাৰ – কেষাণ বৰা

✳ সাজসজ্জা- দিপাংকৰ কলিতা

✳ কাষ্টিং ডাইৰেক্টৰ- অলকেশ পাঠক, দিপাংকৰ কলিতা, কিশলয় এম বি বৰুৱা

✳ স্থান পৰিচালক- কেশন বৰা, দিপাংকৰ কলিতা

✳ সম্পাদনা আৰু Vfx/গ্ৰাফিক্স- বিজন বি ব্ৰহ্ম


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *