বাবু বৰুৱা আৰু নীলাক্ষি নেওগৰ যুটীয়া কণ্ঠৰে “কইনা হ’বি মোৰ তই”-
বাবু বৰুৱা আৰু নীলাক্ষি নেওগৰ যুটীয়া কণ্ঠৰে মুক্তিপ্ৰাপ্ত নতুন গীত “কইনা হ’বি মোৰ তই” য়ে ইতিমধ্যে দৰ্শক-শ্ৰোতাক আকৰ্ষিত কৰিছে । অসমীয়া কণ্ঠশিল্পীৰ সকলৰ ভিতৰত দুইগৰাকীয়ে জনপ্ৰিয় তথা অন্যতম । দুয়োগৰাকী নিজস্ব সুকীয়া কণ্ঠশৈলীৰ বাবে অনুৰাগীৰ প্ৰিয় হোৱা পৰিলক্ষিত হয় । শেহতীয়াকৈ ভিডিঅ’ আকাৰে মুক্তিপ্ৰাপ্ত গীতটিত অভিনয় কৰিছে দুগৰাকী নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীয়ে । বহুকেইটা প্ৰকল্পত আপোনালোকে এই অভিনেতা-অভিনেত্ৰী দুগৰাকীক দেখিছে তথা তেওঁলোকৰ অভিনয়ক পচন্দও কৰিছে । সদ্যমুক্তিপ্ৰাপ্ত গীতটিত কথা আৰু সুৰ কৰিছে নৱ নিঁয়ৰে । সংগীত পুলক নাথৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে আৰু সহঃ ব্যৱস্থাপনা কৰিছে ছাইফুলে । আনহাতে, গীতটিৰ ভিডিঅ’ ত কৰিঅ’গ্ৰাফী কৰিছে বিমল বৰাই, চিনেমেটোগ্ৰাফীৰ দায়িত্বত আছে পৃথ্বিৰাজ দত্তই । সম্পাদনা মণি ৰাজকোঁৱৰৰ আৰু গ্ৰাফিক্স কৰিছে পাৰ্থজিৎ হীৰাই ।
১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা । পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল । এই এলবামটিত বাবুৰ সৈতে কণ্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে । পৰৱৰ্তী সময়ত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু । ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে । আনহাতে, কণ্ঠশিল্পী নীলাক্ষি নেওগৰ “লচপচী” শীৰ্ষক গীতটিৰ বহুলভাৱে সমাদৰ লাভ কৰা আমি প্ৰত্যেকে নিজেও দেখিছোঁ । ইউটিউবত গীতটিয়ে ১১ মিলিয়নতকৈও অধিক ভিউৱাৰচ পাবলৈ সক্ষম হৈছে । আনকি, তেওঁৰ “Tera hi rahoon” শীৰ্ষক হিন্দী গীতটিয়ে ইউটিউবত ট্ৰেণ্ডিঙত অহাও পৰিলক্ষিত হৈছিল। গতিকে, শেহতীয়া গীতটিত বাবু আৰু নীলাক্ষিৰ যুগলবন্দীক সঁহাৰি জনাইছে সকলোৱেবাবু বৰুৱা আৰু নীলাক্ষি নেওগৰ যুটীয়া কণ্ঠৰে “কইনা হ’বি মোৰ তই”-

১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা । পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল । এই এলবামটিত বাবুৰ সৈতে কণ্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে । পৰৱৰ্তী সময়ত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু । ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে । আনহাতে, কণ্ঠশিল্পী নীলাক্ষি নেওগৰ “লচপচী” শীৰ্ষক গীতটিৰ বহুলভাৱে সমাদৰ লাভ কৰা আমি প্ৰত্যেকে নিজেও দেখিছোঁ । ইউটিউবত গীতটিয়ে ১১ মিলিয়নতকৈও অধিক ভিউৱাৰচ পাবলৈ সক্ষম হৈছে । আনকি, তেওঁৰ “Tera hi rahoon” শীৰ্ষক হিন্দী গীতটিয়ে ইউটিউবত ট্ৰেণ্ডিঙত অহাও পৰিলক্ষিত হৈছিল। গতিকে, শেহতীয়া গীতটিত বাবু আৰু নীলাক্ষিৰ যুগলবন্দীক সঁহাৰি জনাইছে সকলোৱে ।
Babu BaruahNilakshi Neog Yasashree Bhuyan