Spread the love

“লোকেল কুংফু ৩” ৰ উপাৰ্জন ১.২১ কোটি টকা

৪ দিনত ৬০.৮৬ লাখ টকা উপাৰ্জন কৰা “লোকেল কুংফু ৩” য়ে এতিয়া এসপ্তাহত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ১.২১ কোটি টকা।

ছবিগৃহসমূহত এনেদৰে দপদপাই থকা “লোকেল কুংফু ৩” য়ে আকৌ এবাৰ অসমীয়া দৰ্শকক অসমীয়া ছবিৰ বাবে উৎসাহিত কৰি তুলিছে। “লোকেল কুংফু ৩” ৰ কাহিনীত এইবাৰ আপোনালোকে যিমান হাঁহিৰ খোৰাক পাব, সিমানেই উপলব্ধি কৰিব পাৰিব জাতীয়তাবোধ।

আপোনালোকে চালেনে নাই “লোকেল কুংফু ৩”?


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *