Spread the love

হিন্দী, তামিল, টেলেগু আৰু বঙালী ভাষাত “বীৰাঙ্গনা সাধনী”-

পূৰ্ণগতিত চিত্ৰগ্ৰহণ চলি থকা অসমীয়া ছবি “বীৰাঙ্গনা সাধনী” ৰ সৈতে জড়িত আন এক সুখবৰে অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজক উৎসাহিত কৰি তুলিব বুলি আমি নিশ্চিত। আপোনালোকে জানিবলৈ পাই সুখী হ’ব যে বলীউডৰ এটি আগশাৰীৰ প্ৰডাকচন হাউছে ‘বীৰাংগনা সাধনী’ৰ চিত্ৰগ্ৰহণৰ কিছু ফুটেজ দেখিয়েই ছবিখন সমগ্ৰ ভাৰতবৰ্ষত হিন্দী, তামিল, টেলেগু আৰু বঙালী ভাষাত মুক্তি দিয়াৰ বাবে আগবাঢ়ি আহিছে।

মুক্তিৰ পূৰ্বেই ছবিখনৰ প্ৰতি সকলোৱে দেখুওৱা এই সঁহাৰি তথা সমাদৰ সঁচাকৈ উল্লেখনীয়।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *