Spread the love

এসপ্তাহত “পিশাচ” য়ে উপাৰ্জন কৰিলে প্ৰায় ৩৪.১২ লাখ টকা।

দ্বিতীয় সপ্তাহতো সগৌৰৱে ছবিগৃহত “পিশাচ” চলিছে। আনকি, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ছবিখনে নিজৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে।

আটাইলৈ আন্তৰিক শুভকামনা…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *